Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

আজি ৰঙৰ উৎসৱ ফাকুৱা, ৰাজ্যৰ চৌদিশে ফাকুৱাৰ আনন্দ-উল্লাস


আজি ৰঙৰ উৎসৱ ফাকুৱা। ফাগুন মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মাৱলম্বী লোকসকলে ফাকুৱা উদযাপন কৰে। 

এই ফাকুৱা বিভিন্ন সময়ত হোলী, ফাল্গুৎসৱ, দৌলোৎসৱ, মদনোৎসৱ আদি নামেৰেও জনা যায়। 

সমগ্ৰ ভাৰতবৰ্ষতেই হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ প্ৰাচীনতম উৎসৱ ফাকুৱা অথবা হোলী ফাগুন মাহৰ পূৰ্ণিমা তিথিত উদযাপন কৰা দেখা যায়।

Post a Comment

Previous Post Next Post