Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ দিন ঘোষণা, কেতিয়াৰ পৰা অনুষ্ঠিত হ’ব পৰীক্ষা?

- আগন্তুক ২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ দিন ঘোষণা। 

- অহা ৩ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ অনুস্থিত হ'ব মেট্ৰিক পৰীক্ষা। আনহাতে অহা ২৪, ২৫ ফেব্ৰুৱাৰীত হ'ব ব্যৱহাৰিক পৰীক্ষা।

- নতুন শিক্ষা নীতিৰে অনুস্থিত হ’ব অহা মেট্ৰিক পৰীক্ষা।

- এইবাৰ ৪টা বিষয়ত থাকিব ৫০টাকৈ ১ নম্বৰৰ প্ৰশ্ন। গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানত থাকিব অবজেক্টিভ প্ৰশ্ন। 

- ৰাজ্যৰ ৯১২ টা কেন্দ্ৰত হ’ব পৰীক্ষা। 

- এই কথা ঘোষণা কৰিলে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে।

Post a Comment

Previous Post Next Post