Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

সাংবাদিক বিকাশ অধিকাৰীলৈ ২০২২ বৰ্ষৰ 'দুৰ্নীতি বিৰোধী যুৱশক্তি বঁটা' প্ৰদান

গুৱাহাটী, ০৯ ডিচেম্বৰ: বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ কলাক্ষেত্ৰত যুৱ সাংবাদিক বিকাশ অধিকাৰীলৈ প্ৰদান কৰা হয় ২০২২ বৰ্ষৰ 'দুৰ্নীতিবিৰোধী যুৱশক্তি বঁটা'।

আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱসৰ লগত সংগতি ৰাখি দুৰ্নীতি বিৰোধী যুৱ শক্তি, অসমে প্ৰদান কৰে এই বিশেষ বঁটা। 

জানিব পৰা মতে প্ৰায় ৩০ গৰাকী ব্যক্তিলৈ প্ৰদান কৰা হয় ২০২২ বৰ্ষৰ দুৰ্নীতিবিৰোধী যুৱ শক্তি বঁটা।

Post a Comment

Previous Post Next Post