Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

এছিয়ান বক্সিং চেম্পিয়নশ্বিপ- ২০২২ ত অসম সন্তান শিৱ থাপাৰ সফলতা


নিউজ ডেক্স: ০৭ নবেম্বৰ: এছিয়ান বক্সিং চেম্পিয়নশ্বিপত অসম সন্তান শিৱ থাপাৰ জয়ৰ ধাৰা অব্যাহত।

দেওবাৰে জৰ্দানৰ আম্মানত অনুষ্ঠিত এছিয়ান এলিট বক্সিং চেম্পিয়নশ্বিপ- ২০২২ প্ৰতিযোগিতাত ভাৰতৰ শিৱ থাপাই (৬৩.৫ কেজি) দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বী মিনছু চয়ক ৪:১ গ’লত পৰাস্ত কৰি ছেমিত প্ৰৱেশ কৰে। ইফালে, ছেমিত প্ৰৱেশ কৰাৰ লগে লগে পদক নিশ্চিত শিৱ থাপাৰ। 

উল্লেখ্য যে, এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৬টাকৈ পদক জয় কৰা শিৱই হ'ব প্ৰথম পুৰুষ বক্সাৰ।

Post a Comment

Previous Post Next Post