নিউজ ডেক্স: ১৬ নবেম্বৰ: আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।
ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন ঠাইত প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী পালন কৰা হৈছে।
উল্লেখ্য যে, ১৯৬৬ চনৰ আজিৰ দিনটোতে স্থাপন কৰা হৈছিল প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া আৰু ঠিক তেতিয়াৰ পৰা এই দিনটো 'ৰাষ্ট্ৰীয় প্ৰেছ দিৱস' হিচাপে উদযাপন কৰা হয়। সাংবাদিকৰ সুৰক্ষা আৰু প্ৰকৃত স্বাধীনতাৰ বাবে এই দিৱস পালন কৰা হয়।
Post a Comment