Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন মহিমা তামাঙৰ জয়লাভ


ডিব্ৰুগড়, ১৫ নবেম্বৰ: সোমবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ একতা সভা ২০২২-২৩ বৰ্ষৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়।

সাধাৰণ নিৰ্বাচনত সমাজ সেৱা সম্পাদিকা পদত জয়লাভ কৰে মহিমা তামাঙে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত জয়লাভ কৰাৰ পাছত মহিমা তামাঙক সম্বৰ্দ্ধনা জনাই ডিব্ৰুগড় জিলা গোৰ্খা ছাত্ৰ সন্থাই।

Post a Comment

Previous Post Next Post