Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

আধ্যাশ্ৰী উপাধ্যায়লৈ 'ইণ্ডিয়ান আইকন নেচনেল এৱাৰ্ড' ৰাষ্ট্ৰীয় মহিলা সুৰক্ষা সংগঠন ফাউণ্ডেচনৰ

গুৱাহাটী, ২১ চেপ্তেম্বৰ: ভাৰতৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব' 'ডান্স ইণ্ডিয়া ডান্স লিটিল মাচটাৰ্ছ্ চিজন-৫' ত দ্বিতীয় ৰাণাৰ্চ-আপ হৈ সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই অনা কনমানি নৃত্য শিল্পী অসম সন্তান আধ্যাশ্ৰী উপাধ্যায়লৈ 'INDIAN ICON NATIONAL AWARD' প্ৰদান কৰা হয়।

মংগলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ৰাষ্ট্ৰীয় মহিলা সুৰক্ষা সংগঠন ফাউণ্ডেচন, অসম শাখাৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত অনুষ্ঠানত সংগঠনটোৰ উত্তৰপ্ৰদেশ শাখাই প্ৰদান কৰে এই বঁটা। 

নিজৰ মৌ-মিঠা মাতেৰে সকলোকে আপ্লুত কৰা আধ্যাশ্ৰীয়ে এই বঁটা লাভ কৰাত তেখেতক সামাজিক মাধ্যমযোগে বিভিন্ন জনে অভিনন্দন জনাই।

Post a Comment

Previous Post Next Post