Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

আজি ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল; এইকেইটা ৱেবছাইটত মুহুৰ্ততে চাব পৰিব ফলাফল

গুৱাহাটী,০৭ জুন: আজি ঘোষণা কৰা হ'ব বহু প্ৰতিক্ষিত হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল।

এইবাৰ পৰীক্ষাৰ ফলাফল আৰু নম্বৰ তালিকা মুঠ ১৪ টা ৱেবচাইট যোগে ছাত্ৰ-ছাত্ৰী সকলে লাভ কৰিব।

আজি পুৱা ১০ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ নম্বৰ তালিকা ডাউনলোড কৰি ল’ব পাৰিব।

পৰীক্ষাৰ ফলাফল আৰু মাৰ্কশ্বিট ডাউনলোড কৰিবৰ বাবে পৰীক্ষাৰ ৰোল নং আৰু নম্বৰ সংশ্লিষ্ট ৱেবচাইটৰ উপলব্ধ স্থানত পূৰণ কৰিব লাগিব।

ৱেবছাইট কেইটা হৈছে:
1. results.sebeonline,org
2. resultsassam.nic.in
3. www.indiaresults.com
4. www.results.shiksha
5. www.assamshiksha
6. www.asssamonline.in
7. exametc.com
8. www.schools9.com
9. https://iresults.net
10. assamjobalerts,com
11. assamresults.in
12. necareer.com
13. www.jagranjosh.com
14. www.vidyavision.com

Post a Comment

Previous Post Next Post