Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

গোৱালপাৰাৰ ৱিজ্ডম মডেল স্কুলত বিশ্ব পৰিবেশ দিৱস পালন

গোৱালপাৰা, ০৬ জুন: বৰিবাৰে সমগ্ৰ বিশ্ববাসীয়ে পালন কৰিছে বিশ্ব পৰিবেশ দিৱস। বিশ্ববাসীক পৰিৱেশৰ প্ৰতি সজাগ কৰি তোলাৰ উদ্দেশ্যেৰে প্ৰতি বছৰে ৫ জুনৰ দিনখন পালন কৰা হয় বিশ্ব পৰিবেশ দিৱস। অসমৰো বিভিন্ন প্ৰান্তত পালন কৰা দেখা গ'ল বিশ্ব পৰিবেশ দিৱস। সমান্তৰালভাৱে গোৱালপাৰাৰ নাবাঙস্থিত WISDOM MODEL SCHOOL তো পালন কৰা হয় বিশ্ব পৰিবেশ দিৱস। বিশ্ব পৰিবেশ দিৱস উপলক্ষে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰকৃতি সুৰক্ষাৰ শ্লগানেৰে শোভাযাত্ৰা ওলাই। ইফালে, বিদ্যালয়খনত বৃক্ষৰোপণ কাৰ্যসূচীত উপস্থিত হৈ বৃক্ষৰোপণ কৰে এছ আই বৰ্ণমালী দাসে।

Post a Comment

Previous Post Next Post