Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

অহা ২৭ জুন তাৰিখে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল


গুৱাহাটী, ২৫ জুন: অহা ২৭ জুন তাৰিখে ঘোষণা কৰা হ'ব বহু প্ৰতীক্ষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাত ফলাফল পাব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি টুইট যোগে ঘোষণা কৰে এই কথা।
উল্লেখ্য যে, যোৱা ১৫ মাৰ্চত অনুষ্ঠিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ২,১৫,০২২ গৰাকী পৰীক্ষাৰ্থী।

Post a Comment

Previous Post Next Post