গুৱাহাটী, ২৭ জুন: আজি ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।
আজি পুৱা ৯ বজাৰ লগে লগে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফল ঘোষণা কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে।
মুঠ ১৬টাকৈ ৱেবছাইটত পুৱা ৯ বজাৰ লগে লগে ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছে ফলাফল। ৱেবছাইটকেইটা হ'ল-
Post a Comment