Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

অহা ১২ এপ্ৰিলত গোৱালপাৰা জিলা গোৰ্খা ছাত্ৰ সন্থাৰ দ্বি-বাৰ্ষিক অধিবেশন


গোৱালপাৰা, ৩১ মাৰ্চ: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু), গোৱালপাৰা জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিবেশনৰ দিন ঘোষণা।

অহা এপ্ৰিল মাহৰ ১২ তাৰিখে এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব গোৱালপাৰা জিলা গোৰ্খা ছাত্ৰ সন্থাৰ দ্বি-বাৰ্ষিক অধিবেশন।

গোৱালপাৰাৰ দুধনৈস্থিত গোৱালপাৰা জিলা গোৰ্খা ছাত্ৰ সন্থাৰ মূখ্য কাৰ্যালয় (ভানু ভৱন) ত অনুষ্ঠিত হ'ব অধিবেশন।

গোৱালপাৰাৰ দুধনৈ পৰিদৰ্শন বাংলাত অনুষ্ঠিত হোৱা গোৱালপাৰা জিলা গোৰ্খা ছাত্ৰ সন্থাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত।

Post a Comment

Previous Post Next Post