Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

আপোনাৰ এধানি সহায়ে হাঁহি বিৰিঙাব পাৰে ৰোহিত উপাধ্যায়ৰ মুখত

ধেমাজি, ২৩ অক্টোবৰ: ধেমাজি জিলাৰ গোগামুখ ভিতৰ মহৰিকেম্প মাজগাওঁৰ ২২ বছৰীয়া ৰোহিত উপাধ্যায় দীৰ্ঘদিনধৰি লিভৰ কৃষ্ট বেমাৰত আক্রান্ত হৈ আছে।

নীলনাথ উপাধ্যায় আৰু ক্ষীণমায়া দেৱীৰ ৰুগীয়া পুত্ৰ ৰোহিত উপাধ্যায়ক সুস্থ্য কৰি তোলাৰ বাবে দুখীয়া পৰিয়ালটোৱে এতিয়ালৈকে নিজ সাধ্য অনুসৰি যিমান পাৰে চেষ্টা কৰিছে যদিও এতিয়া দুখীয়া পয়িয়ালটো আৰ্থিক অনাটনৰ সন্মুখীন হ'বলগীয়া হৈছে। বৰ্তমান গুৱাহাটী মহানগৰীৰ Sun Valley Hospital ত চিকিৎসাধীন পুত্ৰ ৰোহিতৰ চিকিৎসাৰ বাবেও অসমৰ্থ হৈ পৰিছে দুখীয়া পৰিয়ালটো। সেয়েহে এতিয়া সমাজৰ হৃদয়ৱান লোক অথবা চৰকাৰক অকণমান সহায় কৰিবলৈ অনুৰোধ জনাইছে দুখীয়া পৰিয়ালটোৱে।
  
যদি কোনোবা সদাশয় ব্যক্তি বা প্ৰতিষ্ঠানে ৰোহিত উপাধ্যায়ৰ চিকিৎসাৰ বাবে আৰ্থিকভাৱে সহায় কৰিব বিচাৰে তেন্তে State bank of India, Branch- Gogamukh, 
A/H Name- Rohit Upadhyay, A/N- 36047930184 আৰু IFSC- SBIN0016934 অথবা Google Pay/Phone Pay No- 9101986506 ত আৰ্থিক সহায় কৰিব পাৰে।

হয়তো আপোনাৰ এধানিমান সহায়ে দুখীয়া পৰিয়ালটিৰ মুখত হাঁহি বিৰিঙাব পাৰে। আহকচোন সকলোৱে মিলি সহায় কৰোঁ।

Post a Comment

Previous Post Next Post